New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/fli.png)
- চীনত ভয়ংকৰ বিমান দুৰ্ঘটনা ।
- চীনৰ Boeing 737 বিমান খন দুৰ্ঘটনাত পতিত হয়।
- বিমানখনত ১৩৩ গৰাকী যাত্ৰী আছিল।
- এতিয়ালৈকে কিমান জন লোকৰ মৃত্যু হৈছে বা আহত হৈছে জানিব পৰা হোৱা নাই।
- চীনৰ গুৱাংচি অঞ্চসত সংঘটিত হৈছে এই ঘটনা।