Published on:
Updated on:
- পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফ আৰু নাই।
- ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মুছাৰফে।
- দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল পাৰভেজ মুছাৰফ।
- ১৯৪৩ চনৰ ১১ আগষ্টত জন্ম হৈছিল মুছাৰফৰ।
- পাক সেনাৰ মুৰব্বী হোৱাৰ পিছতে পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
- সেই সময়ত তেওঁ যথেষ্ট চৰ্চিত আৰু বিতৰ্কিত আছিল।
- পাকিস্তানৰ দশম গৰাকী ৰাষ্ট্ৰপতি আছিল মুছাৰফ।
- ডুবাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মুছাৰফে।
- অৱশ্যে পাকিস্তানৰ একাংশ সংবাদ মাধ্যমে এই খবৰ অস্বীকাৰ কৰিছে।
- তেওঁলোকৰ মতে হাস্পতালত লাইফ চাপৰ্ট লৈ এতিয়াও জীয়াই আছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in