Published on:
Updated on:
- পাকিস্তানত ভয়ংকৰ আইইডি বিস্ফোৰণ।
- কোৱেট্টাৰ হাজাৰগঞ্জী চব্জী মণ্ডীত সংঘটিত হয় এই বিস্ফোৰণ।
- বিস্ফোৰণত নিহত ১৭ জন লোক।
- ইফালে আহত হৈছে প্ৰায় ৪০ জন লোক।
- শুকুৰবাৰে পুৱা সংঘটিত হয় এই বিস্ফোৰণ।
- আহত সকলক ইতিমধ্যে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
- আহত সকলৰ কেইবাজনৰো অৱস্থা সংকটজনক।
- বিস্ফোৰণৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই।
- ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।
- হাজাৰগঞ্জী জিলা প্ৰশাসনে আৰম্ভ কৰিছে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in