ফাইল ফটো
Published on:
Updated on:
- ম্যানমাৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।
- জেড মাইন অঞ্চলত ভূমিস্খলন হোৱাৰ ফলত ৫০জনৰো অধিক লোকৰ প্ৰাণহানি।
- এ এফ পিয়ে এই সন্দৰ্ভত প্ৰকাশ কৰিছে বাতৰি।
- শতাধিক লোক এই ঘটনাত আহত হোৱাৰ লগতে বহুজনৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in