ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছতে পাকিস্তানত বন্ধ সকলো বিমানৰ উৰণ

ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছতে পাকিস্তানত বন্ধ সকলো বিমানৰ উৰণ

author-image
asomiyapratidin
New Update
ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছতে পাকিস্তানত বন্ধ সকলো বিমানৰ উৰণ

  • সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে লোৱা স্থিতিত কম্পমান পাকিস্তান।
  • ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছতে বিপাঙত পৰিছে পাকিস্তান।
  • ভাৰতৰ এনে কঠোৰ স্থিতিক লৈ চিন্তিত পাকিস্তান।
  • পাকিস্তানে বন্ধ কৰিছে সকলো বিমানৰ উৰণ।
  • ৰাষ্ট্ৰীয় সংবাদ মাধ্যমন প্ৰকাশিত বাতৰি অনুসৰি পাকিস্তান চিভিল এভিয়েচন অথৰিটীয়ে বিমান সেৱা বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে।
  • পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বন্ধ থাকিব সকলো ঘৰুৱা আৰু আন্তৰ্জাতিক বিমান।
  • ইফালে তৎপৰতা অৱলম্বন কৰিছে ভাৰতেও।
  • ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল, স্থল আৰু বায়ুসেনাৰ মুৰব্বীৰ সৈতে মিলিত হৈছে বৈঠকত।
  • বৈঠকত মিলিত হৈ তিনিওটা বাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে ভাৰতে।