Published on:
Updated on:
- নেপালত পুনৰ ৩ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ।
- এইকেইগৰাকী লোকৰ সৈতে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৯লৈ বৃদ্ধি।
- শনিবাৰে আক্ৰান্ত হোৱা ৩ গৰাকী লোকৰ ২ গৰাকী কিছুদিন পূৰ্বে আহিছিল ভাৰতলৈ।
- লগতে এগৰাকী লোকৰ আত্মীয় কোৰোনাত আক্ৰান্ত হৈ আছিল।
- নেপালৰ স্বাস্থ্য মন্ত্ৰালয়ে এই কথা সদৰি কৰিছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in