শেহতীয়া খবৰ
কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা... • অৱশেষত আৰম্ভ হ'ল সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী দলং মেৰামতিৰ কাম • বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ...

শ্ৰীলংকাত হোটেল, গীৰ্জাত ৬টাকৈ ধাৰাবাহিক বিস্ফোৰণঃ ৫২ জনৰ মৃত্যু, ৩০০ৰো অধিক আহত

308
  • শ্ৰীলংকাত ধাৰাবাহিক বিস্ফোৰণ।
  • দেওবাৰে পুৱা সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত হোৱাৰ সংখ্যা ৫২জনলৈ বৃদ্ধি।
  • মুঠ ৬টা বিস্ফোৰণ হৈছে বিভিন্ন স্থানত।

  • ইয়াৰে ৩টা বিস্ফোৰণ হৈছে হোটেলত আৰু এটা কলম্বোত থকা এটা গীৰ্জাত।
  • ২টা গীৰ্জাৰ চৌহদতো হৈছে আন ২টা বিস্ফোৰণ।
  • বিস্ফোৰণত নিহতৰ সংখ্যা আৰু বৃদ্ধিৰ সম্বাৱনা।

  • চাংগিলা আৰু চিন্নামুন গেন্ড আৰু কিংছবাৰীতো সংঘটিত হৈছে বিস্ফোৰণ।
  • বিস্ফোৰণত ৩০০ৰো অধিক লোক আহত হোৱাৰ খবৰ।
  • কলম্বোৰ চেণ্ট এণ্ঠনী গীৰ্জা, চেণ্ট চেবাছটিয়ানৰ গীৰ্জাত বিস্ফোৰণ হোৱাৰ খবৰ।
  • এই বিস্ফোৰণৰ পিছতে কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত হেল্পলাইন নম্বৰ মুকলি।
  • পঞ্চতাৰকা হোটেল চাংগাৰিয়াত ৩টাকৈ বিস্ফোৰণ হৈছে।

  • পুৱা ৮.৪৫ বজাত এই বিস্ফোৰণ।
  • প্ৰতিৰক্ষা মন্ত্ৰী সুষমা স্বৰাজৰ টুইট।
  • কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তৰ সৈতে তেওঁ সংস্পৰ্শত আছে।
  • পৰিস্থিতিৰ সন্দৰ্ভত চোকা দৃষ্টি ৰাখিছে ভাৰতে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি