শ্ৰীলংকাত হোটেল, গীৰ্জাত ৬টাকৈ ধাৰাবাহিক বিস্ফোৰণঃ ৫২ জনৰ মৃত্যু, ৩০০ৰো অধিক আহত

শ্ৰীলংকাত হোটেল, গীৰ্জাত ৬টাকৈ ধাৰাবাহিক বিস্ফোৰণঃ ৫২ জনৰ মৃত্যু, ৩০০ৰো অধিক আহত
  • শ্ৰীলংকাত ধাৰাবাহিক বিস্ফোৰণ।
  • দেওবাৰে পুৱা সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত হোৱাৰ সংখ্যা ৫২জনলৈ বৃদ্ধি।
  • মুঠ ৬টা বিস্ফোৰণ হৈছে বিভিন্ন স্থানত।
  • ইয়াৰে ৩টা বিস্ফোৰণ হৈছে হোটেলত আৰু এটা কলম্বোত থকা এটা গীৰ্জাত।
  • ২টা গীৰ্জাৰ চৌহদতো হৈছে আন ২টা বিস্ফোৰণ।
  • বিস্ফোৰণত নিহতৰ সংখ্যা আৰু বৃদ্ধিৰ সম্বাৱনা।
  • চাংগিলা আৰু চিন্নামুন গেন্ড আৰু কিংছবাৰীতো সংঘটিত হৈছে বিস্ফোৰণ।
  • বিস্ফোৰণত ৩০০ৰো অধিক লোক আহত হোৱাৰ খবৰ।
  • কলম্বোৰ চেণ্ট এণ্ঠনী গীৰ্জা, চেণ্ট চেবাছটিয়ানৰ গীৰ্জাত বিস্ফোৰণ হোৱাৰ খবৰ।
  • এই বিস্ফোৰণৰ পিছতে কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত হেল্পলাইন নম্বৰ মুকলি।
  • পঞ্চতাৰকা হোটেল চাংগাৰিয়াত ৩টাকৈ বিস্ফোৰণ হৈছে।
  • পুৱা ৮.৪৫ বজাত এই বিস্ফোৰণ।
  • প্ৰতিৰক্ষা মন্ত্ৰী সুষমা স্বৰাজৰ টুইট।
  • কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তৰ সৈতে তেওঁ সংস্পৰ্শত আছে।
  • পৰিস্থিতিৰ সন্দৰ্ভত চোকা দৃষ্টি ৰাখিছে ভাৰতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in