বৰষুণৰ বাবে বাতিল দক্ষিণ আফ্ৰিকা-ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপ ক্ৰিকেটৰ মেছ…

বৰষুণৰ বাবে বাতিল দক্ষিণ আফ্ৰিকা-ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপ ক্ৰিকেটৰ মেছ…
  • বৰষুণৰ বাবে বাতিল ক্ৰিকেট বিশ্বকাপৰ দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ সোমবাৰৰ খেল।
  • লণ্ডনৰ চাউথেমপ্টন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল বিশ্বকাপ ক্ৰিকেটৰ ১৫ সংখ্যক খেলখন।
  • টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল দক্ষিণ আফ্ৰিকাই।
  • ৭.২ অভাৰত ২টা উইকেটৰ বিনিময়ত ২৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল দক্ষিণ আফ্ৰিকাই।
  • কিন্তু বৰষুণে ব্যাঘাত জন্মায় খেলত।
  • অৱশেষত ১-১ অংক ভগাই লয় দুয়োটা দলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in