শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

বৰষুণৰ বাবে বাতিল দক্ষিণ আফ্ৰিকা-ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপ ক্ৰিকেটৰ মেছ…

209
  • বৰষুণৰ বাবে বাতিল ক্ৰিকেট বিশ্বকাপৰ দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ সোমবাৰৰ খেল।
  • লণ্ডনৰ চাউথেমপ্টন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল বিশ্বকাপ ক্ৰিকেটৰ ১৫ সংখ্যক খেলখন।
  • টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল দক্ষিণ আফ্ৰিকাই।
  • ৭.২ অভাৰত ২টা উইকেটৰ বিনিময়ত ২৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল দক্ষিণ আফ্ৰিকাই।
  • কিন্তু বৰষুণে ব্যাঘাত জন্মায় খেলত।
  • অৱশেষত ১-১ অংক ভগাই লয় দুয়োটা দলে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি