ক্ৰিকেট বিশ্বকাপ-২০১৯ঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিউজিলেণ্ড…

ক্ৰিকেট বিশ্বকাপ-২০১৯ঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিউজিলেণ্ড…
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ত বুধবাৰৰ মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত দক্ষিণ আফ্ৰিকা।
  • টছত জয়ী হৈ নিউজিলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।
  • ২৯.৩ অভাৰত নিউজিলেণ্ডে সংগ্ৰহ কৰিছে ১২০ ৰান।
  • ৩টা উইকেট হেৰুৱাই নিউজিলেণ্ডে সংগ্ৰহ কৰিছে এই ৰান।
  • বেটছমেন হাছিম আমলাই ৮৩টা বলত সংগ্ৰহ কৰে ৫৫ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in