বিশ্ব মহিলা বক্সিঙত ইতিহাস ৰচিবলৈ সাজু ২ অসম কন্যা

বিশ্ব মহিলা বক্সিঙত ইতিহাস ৰচিবলৈ সাজু ২ অসম কন্যা
  • বিশ্ব বক্সিঙত ইতিহাস ৰচিবলৈ সাজু অসম দুগৰাকী সন্তান।
  • আজি পদক জয়ৰ লক্ষ্যৰে কোৱাৰ্টাৰ ফাইনেলত নামিব লাভলিনা বৰগোঁহাই আৰু ভাগ্যৱতী কছাৰী।
  • ৬৯ কেজি শাখাত অষ্ট্ৰেলিয়াৰ ফ্ৰান্সেছ স্কটৰ মুখামুখি হ'ব লাভলিনা।
  • আনহাতে, ৮১ কেজি শাখাত অসমৰ ভাগ্যৱতী কছাৰী মুখামুখি হ'ব কলম্বিয়াৰ পাওলাৰ।
  • দিল্লীত অনুষ্ঠিত হৈছে বিশ্ব মহিলা বস্কিং প্ৰতিযোগিতাখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in