দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত আহত মহিলা…

দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত আহত মহিলা…
  • দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাত অঘটন।
  • নাহৰফুটুকীয়ে আক্ৰমণ কৰিলে এগৰাকী মহিলাক।
  • বাগিচাত কৰ্মৰত অৱস্থাতত মহিলাগৰাকীক আক্ৰমণ নাহৰফুটুকীটোৰ।
  • গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ নাম বাসন্তী পাটৰ।
  • ডিৰিয়াল কেন্দ্রীয় চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in