অশান্ত জম্মু-কাশ্মীৰ! সন্ত্ৰাসবাদীয়ে অগ্নি সংযোগ কৰিলে ট্ৰাকত, নিহত ২

অশান্ত জম্মু-কাশ্মীৰ! সন্ত্ৰাসবাদীয়ে অগ্নি সংযোগ কৰিলে ট্ৰাকত, নিহত ২
  • অশান্ত জম্মু-কাশ্মীৰ।
  • বৃহস্পতিবাৰে ২ খন ট্ৰাকৰ ওপৰত গুলীবৰ্ষণ কৰি অগ্নি সংযোগ।
  • এই ঘটনাত নিহত হৈছে ২ জন লোক।
  • আহত হৈছে এজন লোক।
  • ট্ৰাক দুখনত আছিল জম্মু-কাশ্মীৰৰ পৰা ফলমূল অনা বাহন।
  • ছপিয়ানত সংঘটিত হৈছে এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in