শেহতীয়া খবৰ
স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ'ৰ্টৰ সম্বৰ্ধনা  •  স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ'ৰ্টৰ সম্বৰ্ধনা  •  ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান  •  হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ  •  এটা দামী মোবাইলৰ বাবে সন্তানক ৪০ হাজাৰ টকাত বিক্ৰী মাতৃৰ  •  ২০২০ত গাড়ীৰ মূল্যতে কিনিব পাৰিব উৰাজাহাজ!  •  প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য  •  ২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী  •  নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু  •  তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক

এ টি এম কাৰ্ডবিহীনভাৱে এতিয়া উলিয়াব পাৰিব ধন!

526

ডিজিটেল ডেস্কঃ এ টি এম ব্যৱহাৰকাৰী সকলৰ বাবে ভাল খবৰ। এতিয়া কার্ডবিহীনভাৱে আপুনি এ টি এমৰ পৰা উলিয়াব পাৰিব ধন। ইনষ্টেণ্ট মানি ট্ৰান্সফাৰ (আই এম টি) ব্যৱস্থা দ্বাৰা আপুনি এ টি এম কার্ড নোহোৱাকৈয়ে ধন উলিয়াবলৈ সক্ষম হ’ব। এয়াৰটেল পেইমেণ্টছ বেংকৰ গ্ৰাহকসকলৰ বাবে উপলব্ধ হৈছে এই সুবিধা।

প্ৰথম পৰ্যায়ত ২০ হাজাৰ বেংকত উপলব্ধ হৈছে এই বিশেষ সুবিধা। ‘মাই এয়াৰটেল’ এপছৰ দ্বাৰা আপুনি কৰিব পাৰিব টকাৰ লেন-দেন। এমপেৰ কার্ডবিহীন প্ৰযুক্তিৰ জৰিয়তে সম্পাদন কৰিবলৈ লোৱা এই সুবিধা বিগত বছৰৰ শেষৰ ভাগলৈ দেশৰ প্ৰায় ১ লাখতকৈও অধিক এটিএমত উপলব্ধ হ’ব। ইফালে, প্ৰথম দুবাৰ টকা উলিওৱাৰ ক্ষেত্ৰত প্ৰতিজন গ্ৰাহকে দিব লাগিব ২৫ টকাকৈ ধন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি