শীতকালীন অধিবেশনত আলোচনা নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক!

শীতকালীন অধিবেশনত আলোচনা নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক!
  • আগন্তুক সংসদৰ শীতকালীন অধিবেশনত উত্থাপন হ'ব পাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬।
  • শীতকালীন অধিবেশনৰ দুই সদনৰ কাৰ্যক্ৰমত এই বিধেয়কখনৰ আলোচনাৰ বাবে নিৰ্ধাৰণ কৰা হোৱা নাই সময়।
  • অৱশ্যে যুটীয়া সংসদীয় কমিটীয়ে এই অধিবেশনতেই দাখিল কৰিব বিধেয়কখনৰ সন্দৰ্ভত প্ৰতিবেদন।
  • বিধেয়কখনৰ বিৰুদ্ধে জাতীয় দল-সংগঠনসমূহে অব্যাহত ৰাখিছে প্ৰতিবাদ।
  • দিল্লীতো সোমবাৰে অনশনত বহিছিল ৭০ দল-সংগঠনৰ নেতৃত্ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in