সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে… চাওঁক VIDEO

সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিবেশন। এই অধিবেশন ১৩ ডিচেম্বৰ, ২০১৯লৈ অব্যাহত থাকিব। এই অধিবেশনত অৰ্থনীতিৰ মন্দাৱস্থা, নিবনুৱা সমস্যা বৃদ্ধি, কৃষকৰ সমস্যা, জম্মু-কাশ্মীৰৰ ৰাজনৈতিক নেতা সকলক গৃহবন্দী কৰি থোৱা আদি বিষয়ক লৈ আলোচনা কৰা হ'ব বুলি আশা কৰা হৈছে।

ইফালে, মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিক লৈও আলোচনা কৰা হ'ব এই অধিবেশনত। আনহাতে, এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কয়- 'এইখন এখন গুৰুত্বপূৰ্ণ অধিবেশন। এই অধিবেশনত সকলো দলে আগ-ভাগ লোৱাতো প্ৰয়োজন। আশা কৰিছো যে আলোচনা কৰা বিষয়সমূহৰ ইতিবাচক সমাধান ওলাব…।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in