শেহতীয়া খবৰ
ঐতিহাসিক আলাবৈত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  জু তিনি আলিৰ মাডাৰ টেৰছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  জু তিনি আলিৰ মাডাৰ টেৰছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  ধুটি-কুৰ্তা পিন্ধি অযোধ্যালৈ ৰাওনা হ'ল নৰেন্দ্ৰ মোদী...  •  প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈয়েই মৃত্যুক সাৱটিব লগা হৈছে হাইস্কুলৰ ফিক্সড পেৰ শিক্ষকে...  •  লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস...  •  ৰাম মন্দিৰৰ বাবে সুদীৰ্ঘ ২৮ বছৰ আছিল অনাহাৰে কিন্তু নাপালে নিমন্ত্ৰণ...  •  ৰাম মন্দিৰৰ ভূমি পূজনত অংশ লোৱা প্ৰত্যেকেই পাব বিশেষ উপহাৰ...  •  মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱাজী ৰাও পাটিলৰ মৃত্যু...  •  আজি অযোধ্যাত হ'ব ৰাম মন্দিৰৰ শিলান্যাস...

সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে… চাওঁক VIDEO

850

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিবেশন। এই অধিবেশন ১৩ ডিচেম্বৰ, ২০১৯লৈ অব্যাহত থাকিব। এই অধিবেশনত অৰ্থনীতিৰ মন্দাৱস্থা, নিবনুৱা সমস্যা বৃদ্ধি, কৃষকৰ সমস্যা, জম্মু-কাশ্মীৰৰ ৰাজনৈতিক নেতা সকলক গৃহবন্দী কৰি থোৱা আদি বিষয়ক লৈ আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে।

ইফালে, মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিক লৈও আলোচনা কৰা হ’ব এই অধিবেশনত। আনহাতে, এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কয়- ‘এইখন এখন গুৰুত্বপূৰ্ণ অধিবেশন। এই অধিবেশনত সকলো দলে আগ-ভাগ লোৱাতো প্ৰয়োজন। আশা কৰিছো যে আলোচনা কৰা বিষয়সমূহৰ ইতিবাচক সমাধান ওলাব…।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি