নগাঁৱত উপায়ুক্তক গুড মৰ্ণিং দিলেহি বনৰীয়া হাতীয়ে!

নগাঁৱত উপায়ুক্তক গুড মৰ্ণিং দিলেহি বনৰীয়া হাতীয়ে!
  • পুৱাতে নগাঁৱৰ উপায়ুক্তৰ চৰকাৰী বাসভৱনত প্ৰৱেশ কৰে বনৰীয়া হাতীয়ে।
  • চৰকাৰী বাসভৱন চৌহদৰ বেৰা ভাঙি প্ৰৱেশ কৰিছিল মাখনা হাতীটোৱে।
  • উপায়ুক্তৰ বাসভৱনৰ চৌহদত প্ৰবেশ কৰা বনৰীয়া হাতীটোৱে ফুলনি বাগিছাৰ বেৰা আদিৰ ক্ষতি সাধন কৰে।
  • বাসগৃহৰ চৌহদৰ কৰ্তব্যৰত আৰক্ষীয়ে খেদি পঠাই হাতীটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in