ভাৰতৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ কিয়, আত্মজীৱনী “এ প্ৰমিজড লেণ্ড”ত কি লিখিছে ওবামাই…

ভাৰতৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ কিয়, আত্মজীৱনী “এ প্ৰমিজড লেণ্ড”ত কি লিখিছে ওবামাই…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ৰবাক ওবামাই কয় যে তেওঁ তেওঁৰ শৈশৱত ইণ্ডোনেছিয়াত কটাইছিল আৰু সেইসময়ত তেওঁ হিন্দু মহাকাব্য ৰামায়ণ আৰু মহাভাৰত কথা প্ৰায়েই শুনিছিল। আৰু সেইবাবেই তেওঁৰ মনত ভাৰতে সদায় এক বিশেষ স্থান অধিকাৰ কৰি আছিল।ওবামাই এ প্ৰমিজড লেণ্ড নামৰ তেওঁ এখন গ্ৰন্থত ভাৰতৰ প্ৰতি থকা আকৰ্ষণৰ প্ৰতি উল্লেখ কৰিছে।

তেওঁ কয় যে তেওঁক ভাৰতে আকৰ্ষিত কৰে। যি ভাৰতবৰ্ষত প্ৰায় ২হাজাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে আৰু ৭০০ তকৈয়ো অধিক ভাষাৰ মানুহে বসবাস কৰে।ওবামা কয় যে ২০১০ চনত তেওঁ ৰাষ্ট্ৰপতিৰ ৰূপত ভাৰত যাত্ৰা কৰিছিল আৰু ইয়াৰ পূৰ্বে তেওঁ কেতিয়াও ভাৰত যাত্ৰা কৰা নাছিল যদিও ভাৰতে তেওঁৰ কল্পনাত বিশেষ স্থান সদায় অধিকাৰ কৰি আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in