এপ্ৰিলত অনুষ্ঠিত হ’ব ৰাজ্যৰ লোকসভাৰ নিৰ্বাচন!

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হোৱাৰ সম্বাৱনা লোকসভা নিৰ্বাচনৰ দিন।
  • ৬ জুনত উকলিব মোদী চৰকাৰৰ কাৰ্যকাল।
  • লোকসভাৰ সমান্তৰালকৈ সম্পন্ন হ'ব কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন।
  • নিৰ্বাচন আয়োগৰ এটা সূত্ৰই সদৰী কৰিছে এই কথা।
  • ইফালে একেলগে হ'ব অন্ধ্ৰপ্ৰদেশ, ওড়িশা, অৰুণাচল আৰু ছিকিমৰো নিৰ্বাচন।
  • জম্মু আৰু কাশ্মীৰতো একেলগে বিধানসভা নিৰ্বাচন হোৱাৰ সম্ভাৱনা।
  • এপ্ৰিলৰ দ্বিতীয় ভাগত লোকসভা নিৰ্বাচন হোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in