শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

যি হ’ল সকলো আমাৰ ভুল, এতিয়া দৃষ্টি সলনি কৰাৰ সময়ঃ সমকামী সকলৰ সম্পৰ্কত অক্ষম কুমাৰ…

538

ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰৰ চিনেমা ‘লক্ষ্মী’ দিৱালীৰ দিনাই ৰিলিজ হ’ব। চিনেমাখনৰ ট্ৰেইলৰ ৰিলিজ হোৱাৰ দিনাই বৃহৎ চৰ্চা লাভ কৰিছে। চিনেমাখনত তেওঁ এটা সমকামী চৰিত্ৰত অভিনয় কৰিছে। আৰু সেই সম্পৰ্কীয় এটা ভিডিঅ’ খুব ভাইৰেল হৈছে। ভিডিঅ’টোত অক্ষম কুমাৰ সমকামী সম্পৰ্কত এতিয়ালৈকে যি হল, সেয়া আমাৰ ভুল বুলি মন্তব্য কৰে। এতিয়া আমাৰ দৃষ্টি সলনি কৰাৰ সময় সমাগত বুলি মন্তব্য অভিনেতাজনৰ।

সমকামী সকলে পৃথিৱীক সুখী কৰিবলৈ সকলো দুখ নিজৰ লগতে সাঁচি ৰাখে আৰু এতিয়া সেই সুখ তেওঁলোকক ঘূৰাই দিয়াৰ সময় বুলিও মন্তব্য কৰে অভিনেতাজনে।তেওঁ লগতে কয় তেওঁলোকৰ সুখত আনন্দ কৰাৰ সময় এতিয়া আমাৰ।

https://www.instagram.com/tv/CHPwuh2nVlJ/?utm_source=ig_web_copy_link

যি বৈষম্য বোজা সমকামী সকলে শৈশৱৰ পৰা লালন কৰিলে সেই সমতাৰ অধিকাৰ তেওঁলোকক ঘূৰাই দিয়াৰ সময় বুলিও মন্তব্য কৰে অক্ষয় কুমাৰে।  

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি