পশ্চিম ইউগাণ্ডাত বানৰ তাণ্ডৱ, ৩৪জনৰ মৃত্যু

পশ্চিম ইউগাণ্ডাত বানৰ তাণ্ডৱ, ৩৪জনৰ মৃত্যু
  • বিশ্বৰ বিভিন্ন স্থানত বৰ্তমান ধাৰাসাৰ বৃষ্টিপাত।
  • বৃষ্টিপাতৰ ফলত সৃষ্টি হৈছে ভয়াৱহ বানৰ।
  • ভাৰতৰ লগতে আন দেশসমূহতো তাণ্ডৱ চলাইছে বানে।
  • শনিবাৰে বানে তাণ্ডৱ চলালে পশ্চিম ইউগাণ্ডাত।
  • বানৰ কৱলত পৰি দেশখনৰ প্ৰায় ৩৪জনকৈ লোকে প্ৰাণ হেৰুৱালে।
  • বানৰ লগতে ভূমিস্খলনে ভাঙি তচনচ কৰে বহু বাসগৃহ।
  • দেশখনত বৰ্তমান হাহাকাৰ সৃষ্টি হৈছে বানাক্ৰান্তসকলৰ মাজত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in