ভাৰতৰ দুৰ্দান্ত বলিঙৰ সমুখত ১০৪ ৰানতে ইনিংছ সামৰিলে ৱেষ্ট ইণ্ডিজে

ভাৰতৰ দুৰ্দান্ত বলিঙৰ সমুখত ১০৪ ৰানতে ইনিংছ সামৰিলে ৱেষ্ট ইণ্ডিজে
  • তিৰুৱনন্তপুৰমত ভাৰত-ৱেষ্ট ইণ্ডিজৰ পঞ্চমখন এদিনীয়া।
  • ভাৰতৰ সন্মুখত বিজয়ৰ বাবে ৱেষ্ট ইণ্ডিজে বান্ধি দিলে ১০৫ৰান।
  • ৩১.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰে ১০৪ৰান।
  • দুৰ্দান্ত বলিঙেৰে ৰবিন্দ্ৰ জাদেজাই ৪টা উইকেট, খলিল আহমেদ আৰু যশপ্ৰীত বুমৰাহে ২টাকৈ উইকেট দখল কৰে।
  • ইতিমধ্যে বেটিঙৰ বাবে ক্ৰিজত নামিছে ভাৰতীয় দলৰ বেটছমেন ৰোহিত শৰ্মা আৰু শিখৰ ধৱন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in