শেহতীয়া খবৰ
নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান  •  ৰাজপথত কুকুৰৰ মুখত নৱজাতক, চি চি টিভিত বন্দী হৈছে VIDEO  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল

ভাৰতৰ দুৰ্দান্ত বলিঙৰ সমুখত ১০৪ ৰানতে ইনিংছ সামৰিলে ৱেষ্ট ইণ্ডিজে

178
  • তিৰুৱনন্তপুৰমত ভাৰত-ৱেষ্ট ইণ্ডিজৰ পঞ্চমখন এদিনীয়া।
  • ভাৰতৰ সন্মুখত বিজয়ৰ বাবে ৱেষ্ট ইণ্ডিজে বান্ধি দিলে ১০৫ৰান।
  • ৩১.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰে ১০৪ৰান।
  • দুৰ্দান্ত বলিঙেৰে ৰবিন্দ্ৰ জাদেজাই ৪টা উইকেট, খলিল আহমেদ আৰু যশপ্ৰীত বুমৰাহে ২টাকৈ উইকেট দখল কৰে।
  • ইতিমধ্যে বেটিঙৰ বাবে ক্ৰিজত নামিছে ভাৰতীয় দলৰ বেটছমেন ৰোহিত শৰ্মা আৰু শিখৰ ধৱন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি