বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ

বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ
  • পশ্চিম বংগত নিৰ্বাচনী হিংসা।
  • বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ।
  • ভাতৃ সোমেন্দু অধিকাৰীক চলন্ত বাহনত আক্ৰমণ কৰাৰ চেষ্টা দুৰ্বৃত্তৰ।
  • টিএমচিৰ কৰ্মী সকলে আক্ৰমণ কৰাৰ অভিযোগ বিজেপিৰ।
  • ঘটনাত গুৰুতৰ ভাৱে আহত বাহনখনৰ চালক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in