নিৰ্বাচনৰ মাজতেই পশ্চিমবংগত উত্তেজনা, আৰক্ষী লাঠীচালনা…

নিৰ্বাচনৰ মাজতেই পশ্চিমবংগত উত্তেজনা, আৰক্ষী লাঠীচালনা…
  • পশ্চিমবংগত নিৰ্বাচনৰ সময়তে উত্তপ্ত পৰিস্থিতি।
  • ডিগ্ৰীপাৰত প্ৰতিবাদকাৰীক লক্ষ্য কৰি আৰক্ষী-নিৰাপত্তাৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ।
  • পৰিস্থিতি চম্ভালিবলৈ লাঠীচালনা কৰিব লগা হয় নিৰাপত্তাৰক্ষীয়ে।
  • ভোটদান কৰিবলৈ যোৱাত ভাবুকি দিছিল অজ্ঞাত লোকে।
  • ইয়াকে কেন্দ্ৰত কৰি ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল প্ৰতিবাদকাৰীয়ে।
  • চোপ্ৰাৰ ডিগ্ৰীপাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত এই অঘটন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in