শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী  •  সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা...  •  ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

নিৰ্বাচনৰ মাজতেই পশ্চিমবংগত উত্তেজনা, আৰক্ষী লাঠীচালনা…

105
  • পশ্চিমবংগত নিৰ্বাচনৰ সময়তে উত্তপ্ত পৰিস্থিতি।
  • ডিগ্ৰীপাৰত প্ৰতিবাদকাৰীক লক্ষ্য কৰি আৰক্ষী-নিৰাপত্তাৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ।
  • পৰিস্থিতি চম্ভালিবলৈ লাঠীচালনা কৰিব লগা হয় নিৰাপত্তাৰক্ষীয়ে।

  • ভোটদান কৰিবলৈ যোৱাত ভাবুকি দিছিল অজ্ঞাত লোকে।
  • ইয়াকে কেন্দ্ৰত কৰি ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল প্ৰতিবাদকাৰীয়ে।
  • চোপ্ৰাৰ ডিগ্ৰীপাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত এই অঘটন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি