শেহতীয়া খবৰ
কোভিড ১৯ প্ৰট'কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান...  •  মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...

কলকাতাত বিধ্বংসী অগ্নিকাণ্ডত ৯গৰাকী লোক নিহত, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ…

112
  • পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ ষ্টেন ৰোড অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড।
  • এটা অট্ৰালিকাৰ ১৩নং মহলাত সূত্ৰপাত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত এতিয়ালৈকে ৯গৰাকী লোকৰ মৃত্যু হৈছে।
  • আহত হৈছে কেইবাজনো ব্যক্তি।
  • প্ৰধানমন্ত্ৰীয়ে শোক ব্যক্ত কৰিছে উক্ত ঘটনাক লৈ।
  • নিহত সকললৈ ২লাখ আৰু আহত সকললৈ ৫০হাজাৰ টকাৰ ক্ষতিপূৰণ ঘোষণা।
  • ঘটনাস্থলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি