কলকাতাত বিধ্বংসী অগ্নিকাণ্ডত ৯গৰাকী লোক নিহত, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ…

কলকাতাত বিধ্বংসী অগ্নিকাণ্ডত ৯গৰাকী লোক নিহত, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ…
  • পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ ষ্টেন ৰোড অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড।
  • এটা অট্ৰালিকাৰ ১৩নং মহলাত সূত্ৰপাত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত এতিয়ালৈকে ৯গৰাকী লোকৰ মৃত্যু হৈছে।
  • আহত হৈছে কেইবাজনো ব্যক্তি।
  • প্ৰধানমন্ত্ৰীয়ে শোক ব্যক্ত কৰিছে উক্ত ঘটনাক লৈ।
  • নিহত সকললৈ ২লাখ আৰু আহত সকললৈ ৫০হাজাৰ টকাৰ ক্ষতিপূৰণ ঘোষণা।
  • ঘটনাস্থলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in