পশ্চিমবংগৰ পঞ্চম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন, পুৱা ৯.৩০ বজালৈ ভোটদানৰ হাৰ ১৬.১৫ শতাংশ…

পশ্চিমবংগৰ পঞ্চম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন, পুৱা ৯.৩০ বজালৈ ভোটদানৰ হাৰ ১৬.১৫ শতাংশ…
  • কোৰোনাৰ ব্যাপক সংক্ৰমণৰ মাজতে পশ্চিমবংগত পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • পঞ্চম পৰ্যায়ত ৰাজ্যখনৰ ৪৫টা সমষ্টিত অনুষ্ঠিত বিধানসভা নিৰ্বাচন।
  • উল্লেখ্য যে, ৩১৯জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে।
  • পুৱা ৯.৩০ বজালৈকে পশ্চিমবংগত ভোটদানৰ হাৰ ১৬.১৫ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in