উত্তপ্ত বংগঃ বিজেপি- তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ সংঘাত, চি এ পি এফৰ গুলীত নিহত ৪

উত্তপ্ত বংগঃ বিজেপি- তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ সংঘাত, চি এ পি এফৰ গুলীত নিহত ৪
  • পশ্চিম বংগৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা।
  • বিজেপি আৰু তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ সংঘাত।
  • এই সংঘাতত চি এ পি এফৰ গুলীত ৪গৰাকী লোকৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে।
  • কোছবিহাৰত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা।
  • উল্লেখ্য যে, পুৱাৰে পৰাই বংগৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে হিংসাত্মক ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in