নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে কলকাতাত ‘সংযুক্ত বিৰোধী ৰেলী’

নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে কলকাতাত ‘সংযুক্ত বিৰোধী ৰেলী’
  • নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে কলকাতাত 'সংযুক্ত বিৰোধী ৰেলী'।
  • পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তূণমূল কংগ্ৰেছৰ নেতৃ মমতা বেনাৰ্জীৰ নেতৃত্বত এই অনুষ্ঠান।
  • শনিবাৰে কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গাউণ্ডত অনুষ্ঠিত হৈছে এই সংযুক্ত বিৰোধী ৰেলীৰ।
  • লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহৰ একতা প্ৰদৰ্শনৰ বাবে তৃণমূল কংগ্ৰেছৰ নেতৃত্বত আয়োজন কৰা হৈছে এই অনুষ্ঠান।
  • এই ৰেলীত অংশ ল'ব সমাজবাদী দলৰ অখিলেশ যাদৱ, টেলেগু দেশম দলৰ চন্দ্ৰবাবু নাইডু, ডিএমকেৰ এম কে ষ্টালিন, জেচি এচদলৰ এচ ডি কুমাৰস্বামী, এচ ডি দেৱেগৌড়াই।
  • ইফালে এই অনুষ্ঠানত অংশ ল'ব কংগ্ৰেছৰ মল্লিকাৰ্জুন খড়গে, অভিষেক মনু সিন্ধবী, এন চিৰ ফাৰুক আব্দুলা, আপৰ অৰবিন্দ কেজৰিবাল, অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপাঙে।
  • ইতিমধ্যে অনুষ্ঠানস্থলীত উপস্থিত হৈছেহি মমতা বেনাৰ্জী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in