পশ্চিমবংগক গুজৰাট হ’বলৈ নিদিওঃ মমতা বেনাৰ্জী…

পশ্চিমবংগক গুজৰাট হ’বলৈ নিদিওঃ মমতা বেনাৰ্জী…

ডিজিটেল ডেস্কঃ পশ্চিমবংগত মঙলবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক ৰেলীত কয় যে, আমি পশ্চিমবংগক গুজৰাট হ'বলৈ নিদিও। লগতে তেওঁ কয় পশ্চিমবংগ গুজৰাট হ'ব নোৱাৰে। মোক বাধা দি একো লাভ নাই।

তেওঁ নিজকে এগৰাকী ষ্ট্ৰীট ফাইটাৰ বুলি আখ্যা দি কয়- মই যুদ্ধ কৰি যাম।  উল্লেখ্য যে, পশ্চিমবংগত ১৭ এপ্ৰিলত অনুষ্ঠিত হ'ব পঞ্চম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰ পূৰ্বে এনেদৰে বিজেপিক তীব্ৰ সমালোচনা কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in