শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

পশ্চিমবংগক গুজৰাট হ’বলৈ নিদিওঃ মমতা বেনাৰ্জী…

ডিজিটেল ডেস্কঃ পশ্চিমবংগত মঙলবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক ৰেলীত কয় যে, আমি পশ্চিমবংগক গুজৰাট হ’বলৈ নিদিও। লগতে তেওঁ কয় পশ্চিমবংগ গুজৰাট হ’ব নোৱাৰে। মোক বাধা দি একো লাভ নাই।

তেওঁ নিজকে এগৰাকী ষ্ট্ৰীট ফাইটাৰ বুলি আখ্যা দি কয়- মই যুদ্ধ কৰি যাম।  উল্লেখ্য যে, পশ্চিমবংগত ১৭ এপ্ৰিলত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰ পূৰ্বে এনেদৰে বিজেপিক তীব্ৰ সমালোচনা কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি