১৫ জুনলৈ লকডাউন বৃদ্ধি, ক’ত?

১৫ জুনলৈ লকডাউন বৃদ্ধি, ক’ত?
  • মধ্যপ্ৰদেশত লকডাউনৰ সময়সীমা বৃদ্ধি।
  • ১৫ জুনৰৰ লৈকে বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা।
  • মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৰিলে এই ঘোষণা।
  • উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছিল মুখ্যমন্ত্ৰীসকল।
  • তাৰ দুটা দিনৰ পাছতে শনিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে।
  • ৰাজ্যখনত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৭৬৪৫গৰাকীলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in