শেহতীয়া খবৰ
পশ্চিম গোৱালপাৰাত 'কা' বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত গণ সমাৱেশ...  •  মঙলদৈত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন...  •  ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ...  •  চীনত কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২জনলৈ বৃদ্ধি...  •  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অৰ্ধশতাধিক মহিলাৰ চাফাই অভিযান...  •  নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ... VIDEO  •  পথৰ দুৰৱস্থা! ১২ কিলোমিটাৰ চাঙিত কঢ়িয়াই নিব লগা হৈছে ৰোগীক... VIDEO  •  বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন হলে স্বয়ংক্ৰিয়ভাৱে বড়োলেণ্ড পৃথক ৰাজ্য গঠন হ'বইঃ হাগ্ৰামা...  •  ড০ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চানমাৰী থানাত গোচৰ ৰুজু...  •  প্ৰতিষ্ঠাপকৰ প্ৰতিমূৰ্তিৰ দুৰৱস্থাৰ খবৰ ৰাখিছেনে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু...?

১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি

219
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত ক্ষোভ।
  • এইবাৰ আইনখনৰ বিৰুদ্ধে ওলাই আহিছে সদৌ অসম কৰ্মচাৰী পৰিষদ।
  • বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী।
  • কৰ্মচাৰী পৰিষদে ১৬ ডিচেম্বৰত ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি পালন কৰিব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি