১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি

১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত ক্ষোভ।
  • এইবাৰ আইনখনৰ বিৰুদ্ধে ওলাই আহিছে সদৌ অসম কৰ্মচাৰী পৰিষদ।
  • বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী।
  • কৰ্মচাৰী পৰিষদে ১৬ ডিচেম্বৰত ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি পালন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in