শেহতীয়া খবৰ
অভিনেতী শ্বাবনা আজমীৰ স্বাস্থ্য সংকটজনক, স্থানান্তৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়লৈ....  •  গাৰ্লছ হোষ্টেলত প্ৰৱেশ কৰি কি কৰিলে... চাওঁক VIDEO  •  নলবাৰী জাতীয় বিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন...  •  খেল’ ইণ্ডিয়া-২০২০ঃ পদকৰ তালিকাত শীৰ্ষত মহাৰাষ্ট্ৰ, দশম স্থানত অসম...  •  খেল’ ইণ্ডিয়া-২০২০ঃ পদকৰ তালিকাত শীৰ্ষত মহাৰাষ্ট্ৰ, দশম স্থানত অসম...  •  ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত হাৰ্দিক পেটেলক গ্ৰেপ্তাৰ...  •  ‘পঢ়ক আৰু ডাঙৰকৈ হাঁহক’- উপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিনো ক’লে?  •  মঙলানগৰ সাহিত্য সভাৰ ৰূপালী জয়ন্তীঃ ২০ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপনৰ লগতে ৩২ খনকৈ গ্ৰন্থ উন্মোচন...  •  কঢ়িয়াই আনিলে গৌৰৱ, এছিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হ’ল ধনশিৰিৰ যুৱক প্ৰশান্ত কুমাৰ দাসৰ...  •  গুৱাহাটীত ৰহস্যজনকভাৱে মৃত্যু তামুলপুৰৰ এগৰাকী যুৱতীৰ... VIDEO

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ধেমাজিৰ সমীৰ…

648
  • আন্তৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত সাফল্য অৰ্জন অসম সন্তান সমীৰ পালৰ।
  • WBBFয়ে আয়োজন কৰা প্ৰতিযোগিতাত সমীৰ পালে অৰ্জন কৰিছে Masters2019ৰ খিতাপ।
  • ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা বুটলিবলৈ সক্ষম হোৱা সমীৰৰ এয়া আছিল প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতা।
  • ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল সমীৰ পালে।
  • থাইলেণ্ডৰ পত্তায়াত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।
  • প্ৰায় ২৫ বছৰ ধৰি শৰীৰ চৰ্চাৰ সৈতে জড়িত সমীৰ পাল।
  • সমীৰ পালৰ ঘৰ অসমৰ ধেমাজি জিলাত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি