আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ধেমাজিৰ সমীৰ…

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ধেমাজিৰ সমীৰ…
  • আন্তৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত সাফল্য অৰ্জন অসম সন্তান সমীৰ পালৰ।
  • WBBFয়ে আয়োজন কৰা প্ৰতিযোগিতাত সমীৰ পালে অৰ্জন কৰিছে Masters2019ৰ খিতাপ।
  • ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা বুটলিবলৈ সক্ষম হোৱা সমীৰৰ এয়া আছিল প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতা।
  • ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল সমীৰ পালে।
  • থাইলেণ্ডৰ পত্তায়াত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।
  • প্ৰায় ২৫ বছৰ ধৰি শৰীৰ চৰ্চাৰ সৈতে জড়িত সমীৰ পাল।
  • সমীৰ পালৰ ঘৰ অসমৰ ধেমাজি জিলাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in