শেহতীয়া খবৰ
জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...

ৱাজিদ খানৰ মৃত্যুৰ পিছতেই পত্নীক জোৰ-জৱৰদস্তি ধৰ্মান্তৰ কৰিব বিচাৰিছে পৰিয়ালে…

2,252

ডিজিটেল ডেস্কঃ বলিউডৰ প্ৰখ্যাত সংগীতকাৰ ৱাজিদ খানে দীৰ্ঘ দিনীয়া স্বাস্থ্য স্বাস্থ্যৰ অৱনতিৰ পিছত চলিত বৰ্ষৰ ১ জুন তাৰিখে তেওঁৰ মৃত্যু হয়। এতিয়া তেওঁৰ পত্নীয়ে ৱাজিদ খানৰ পৰিয়ালৰ ওপৰত গুৰুতৰ অভিযোগ আৰোপ কৰিছে। ৱাজিদ খানৰ পত্নী কমালৰুখে সামাজিক মাধ্যমত এটা দীঘল পোষ্ট লিখি কয় যে, ৱাজিদ খানৰ পৰিয়ালে জোৰ-জৱৰদস্তি তেওঁক ইছলাম ধৰ্ম ল’বলৈ কৈ আছে।

তেওঁ কয় যে তেওঁ স্বামীৰ মৃত্যুৰ পিছত যঠেষ্ট যন্ত্ৰণাত আছে আৰু বৰ্তমানেও সেই যন্ত্ৰণাৰ পৰা বাহিৰলৈ ওলাব পৰা নাই। কিন্তু ইয়াৰ পিছতো ৱাজিদ খানৰ পৰিয়ালে তেওঁক অশান্তি দিবলৈ এৰা নাই। ৱাজিদ খানৰ পত্নী কমলাৰুখৰ এই পোষ্টে এতিয়া সামাজিক মাধ্যমত যঠেষ্ট চৰ্চা লাভ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি