হঠাৎ নিশা চহৰৰ মাজত ফুৰিবলৈ আহিল বনৰজা! ভাইৰেল VIDEO

হঠাৎ নিশা চহৰৰ মাজত ফুৰিবলৈ আহিল বনৰজা! ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ বনৰজা সিংহ সাধাৰণতে অৰণ্যৰ মাজত বা চিৰিয়াখানাত দেখা পোৱা যায়। কিন্তু হঠাৎ যদি সিংহ চহৰৰ মাজত ওলাইহি তেন্তে হয়তো সৃষ্টি হ'ব আতংকময় পৰিৱেশ। কিন্তু তেনে এক দৃশ্য দেখা গ'ল গুজৰাটত। গুজৰাটৰ গিৰণাৰ অৰণ্যৰ কাষৰে চহৰত দেখা গ'ল এই দৃশ্য।

গুজৰাটৰ এখন চহৰৰ মাজলৈ নিশাওলাই আহিল তিনিটাকৈ সিংহ। যেন বনাঞ্চলৰ পৰা জনাঞ্চলত ফুৰিবলৈহে আহিছে। আৰু তাৰ এক ভিডিঅ'বৰ্তমান ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ৰাজ্যখনৰ জুনাগড় চহৰত ৰাজপথত তিনিটাকৈ সিংহঘূৰি ফুৰা দেখা গ'ল ভিডিঅ'টোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in