শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

হঠাৎ নিশা চহৰৰ মাজত ফুৰিবলৈ আহিল বনৰজা! ভাইৰেল VIDEO

482

ডিজিটেল ডেস্কঃ বনৰজা সিংহ সাধাৰণতে অৰণ্যৰ মাজত বা চিৰিয়াখানাত দেখা পোৱা যায়। কিন্তু হঠাৎ যদি সিংহ চহৰৰ মাজত ওলাইহি তেন্তে হয়তো সৃষ্টি হ’ব আতংকময় পৰিৱেশ। কিন্তু তেনে এক দৃশ্য দেখা গ’ল গুজৰাটত। গুজৰাটৰ গিৰণাৰ অৰণ্যৰ কাষৰে চহৰত দেখা গ’ল এই দৃশ্য।

গুজৰাটৰ এখন চহৰৰ মাজলৈ নিশা ওলাই আহিল তিনিটাকৈ সিংহ। যেন বনাঞ্চলৰ পৰা জনাঞ্চলত ফুৰিবলৈহে আহিছে। আৰু তাৰ এক ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ৰাজ্যখনৰ জুনাগড় চহৰত ৰাজপথত তিনিটাকৈ সিংহ ঘূৰি ফুৰা দেখা গ’ল ভিডিঅ’টোত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি