বিজয় মালিয়াৰ প্ৰত্যাৱৰ্তনৰ ইউ কেৰ গৃহ সচিবৰ অনুমোদন

বিজয় মালিয়াৰ প্ৰত্যাৱৰ্তনৰ ইউ কেৰ গৃহ সচিবৰ অনুমোদন
  • ভাৰতলৈ প্ৰত্যাৱৰ্তন হ'ব ৯হাজাৰ কোটি টকা বেংক কেলেংকাৰীৰে জড়িত বিজয় মালিয়া।
  • ব্ৰিটেইনৰ গৃহ সচিব ছাজিদ জাবিদে দিলে প্ৰত্যাৱৰ্তনত অনুমোদন।
  • কিং ফিছাৰৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে আছে ৯ হাজাৰ কোটি টকা ঋণ পৰিশোধ নকৰাৰ অভিযোগ।
  • তেওঁৰ বিৰদ্ধে চলি আছে চিবিআই-আয়কৰ বিভাগৰ গোচৰ।
  • ভাৰতে বিজয় মালিয়াক প্ৰত্যাৱৰ্তনৰ বাবে আৱেদন জনাইছিল ব্ৰিটেইনৰ প্ৰশাসনৰ ওচৰত।
  • এই সন্দৰ্ভত চলি আছিল আদালতত গোচৰ।
  • সোমবাৰে প্ৰত্যাৱৰ্তন সম্বন্ধীয় এই গোচৰৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছিল ইউ কেৰ গৃহসচিবলৈ।
  • ঋণ পৰিশোধ নকৰি ইংলেণ্ডত আশ্ৰয় লৈছিলগৈ মালিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in