শেহতীয়া খবৰ
অৰুণাচলত নিৰ্মাণ হ’ব দেশৰ ভিতৰতে আটাইতকৈ বৃহত্‍ নদীবান্ধ...  •  ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ খহনীয়াই, ভাৰত-বাংলাদেশ সীমান্তৰ অৰ্ধ শতাধিক বি এছ এফ কেম্প পানীৰ তলত...  •  ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ খহনীয়াই, ভাৰত-বাংলাদেশ সীমান্তৰ অৰ্ধ শতাধিক বি এছ এফ কেম্প পানীৰ তলত...  •  মঙলদৈত বানৰ তাণ্ডৱঃ বানাক্ৰান্তৰ মাজত বিধায়ক আৰু উপায়ুক্ত  •  দক্ষিণ শালমাৰাত অপৰিৱৰ্তিত বান পৰিস্থিতি, নিহত ৩ বছৰীয়া শিশু...  •  ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে পিছুৱা হল এ পি এছ চিৰ মূল পৰীক্ষা...  •  এজনো খিলঞ্জীয়া জনজাতীয় প্ৰতিনিধি নাই সাংবিধানিক ৰক্ষাকৱচ কমিটীতঃ প্রতিক্রিয়া খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ  •  বান সাহায্যৰ নামত অহা ২৪ বেগ চাউলৰ বিতৰণ মাত্ৰ ২ বেগ, কামপুৰত উত্তপ্ত পৰিস্থিতি  •  বুঢ়াচাপৰিত পহু মাংসসহ দুজনক আটক  •  ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা

বিজয় মালিয়াৰ প্ৰত্যাৱৰ্তনৰ ইউ কেৰ গৃহ সচিবৰ অনুমোদন

479
  • ভাৰতলৈ প্ৰত্যাৱৰ্তন হ’ব ৯হাজাৰ কোটি টকা বেংক কেলেংকাৰীৰে জড়িত বিজয় মালিয়া।
  • ব্ৰিটেইনৰ গৃহ সচিব ছাজিদ জাবিদে দিলে প্ৰত্যাৱৰ্তনত অনুমোদন।
  • কিং ফিছাৰৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে আছে ৯ হাজাৰ কোটি টকা ঋণ পৰিশোধ নকৰাৰ অভিযোগ।
  • তেওঁৰ বিৰদ্ধে চলি আছে চিবিআই-আয়কৰ বিভাগৰ গোচৰ।
  • ভাৰতে বিজয় মালিয়াক প্ৰত্যাৱৰ্তনৰ বাবে আৱেদন জনাইছিল ব্ৰিটেইনৰ প্ৰশাসনৰ ওচৰত।
  • এই সন্দৰ্ভত চলি আছিল আদালতত গোচৰ।
  • সোমবাৰে প্ৰত্যাৱৰ্তন সম্বন্ধীয় এই গোচৰৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছিল ইউ কেৰ গৃহসচিবলৈ।
  • ঋণ পৰিশোধ নকৰি ইংলেণ্ডত আশ্ৰয় লৈছিলগৈ মালিয়াই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি