কোকৰাঝাৰ পূৱ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ বিজয়…

কোকৰাঝাৰ পূৱ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ বিজয়…
  • কোকৰাঝাৰ পূৱ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ বিজয় ।
  • ২০০০০ ভোটৰ ব্যৱধানত বিজয় সাৱস্ত কৰিলে লৰেঞ্চ ইছলাৰীয়ে ।
  • লৰেঞ্চ ইছলাৰীৰৰ নিকটতম প্ৰাৰ্থী আছিল বিপিএফৰ হেভিৱেইট প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম ।
  • বিজয়ৰ পিছতে লৰেঞ্চ ইছলাৰীৰ প্ৰতিক্ৰিয়া ।
  • এই বিজয় সমন্বয় , ভাৰ্তৃত্ববোধৰ বিজয় ।
  • প্ৰতিগৰাকী ভোটাৰৰ প্ৰতি কৃতজ্ঞতা লৰেঞ্চ ইছলাৰীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in