ভি এছ নাইপল আৰু নাই

ভি এছ নাইপল আৰু নাই
  • নবেল বঁটা বিজয়ী ভি এছ নাইপল আৰু নাই।
  • ৮৫ বছৰ বয়সত মৃত্যু হ'ল লিখকগৰাকীৰ।
  • 'এ বেণ্ড ইন দ্যা ৰিভাৰ'ৰ দৰে উপন্যাসৰ স্ৰষ্টা আছিল তেওঁ।
  • তেওঁৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ 'এ হাউছ ফৰ মিষ্টাৰ বিশ্বাস'।
  • লণ্ডনৰ নিজা বাসগৃহত মৃত্যু হয় লিখকগৰাকীৰ।
  • ২০০১চনত তেওঁ সাহিত্যৰ নবেল বঁটা লাভ কৰিছিল।
  • শনিবাৰে দেহাৱসান ঘটে এইগৰাকী বিশিষ্ট লেখকৰ।
  • ১৯৩২চনত জন্ম হৈছিল ভি এছ নাইপলৰ।
  • ১৯৭১চনত নাইপলে সন্মানীয় বুকাৰ সন্মান লাভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in