/asomiyapratidin/media/media_files/2025/09/01/cxxcxcxcxc-2025-09-01-15-34-21.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ সোমবাৰে ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মই বিশাল ৰেলীৰে দলীয় সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/01/vv-2025-09-01-15-36-20.jpg)
কাজিগাঁও গাৰোপাৰা খেলপথাৰৰ পৰা মহকুমাধিপতিৰ কাৰ্যালয়লৈ ঢোলে দগৰে নাচি-বাগি বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন কৰে প্ৰাৰ্থী গৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/01/capturecccccc-2025-09-01-15-36-44.jpg)
উল্লেখযোগ্য যে, মঙলবাৰে অন্ত পৰিব বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ দিন। পৰ্বতঝোৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ গ্ৰহণৰ বাবে সাজু নিৰ্বাচনী বিষয়া। প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ লগে লগেই প্ৰতিটো দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিলৰ বাবে যো-জা আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us