দ’ খাৱৈত বাগৰিল পিকআপ ভান, নিহত ৫

দ’ খাৱৈত বাগৰিল পিকআপ ভান, নিহত ৫
  • উত্তৰাখণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • এখন পিকআপ ভান দ' খাৱৈত বাগৰি পৰাৰ ফলত নিহত ৫ জন লোক।
  • চম্পাৱটৰ পিঠোৰাঘাট ৰোডত সমীপত সংঘটিত এই দুৰ্ঘটনা।
  • বহু কেইজন লোক আহত এই দুৰ্ঘটনাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in