উত্তৰ গুৱাহাটীত গৰু গা ধুৱাবলৈ গৈ উটি গ’ল ব্ৰহ্মপুত্ৰত এজন কলেজীয়া ছাত্ৰ…

উত্তৰ গুৱাহাটীত গৰু গা ধুৱাবলৈ গৈ উটি গ’ল ব্ৰহ্মপুত্ৰত এজন কলেজীয়া ছাত্ৰ…
  • উত্তৰ গুৱাহাটীৰ মাজগাঁও ফেৰীঘাটত অঘটন।
  • ব্ৰহ্মপুত্ৰত গৰুক গা ধুৱাবলৈ গৈ উটি গ'ল এজন কলেজীয়া ছাত্ৰ।
  • গুৱাহাটীৰ শংকৰদেৱ একাডেমীৰ প্ৰবাল হাজৰিকা নামৰ ছাত্ৰজনৰ সলিলসমাধিৰ আশংকা।
  • পিতৃ তনুজ হাজৰিকাও উটি গৈছিল যদিও প্ৰত্যক্ষদৰ্শীয়ে পিতৃক উদ্ধাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in