শেহতীয়া খবৰ
শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া  •  পুনৰ লাডেনৰ সন্ত্ৰাস, হত্যা কৰিলে এজন লোকক  •  'হিমন্ত জ’কাৰ, ৰাইজে জ’কাৰৰ নৃত্য চাই ভোট নিদিয়ে’

উত্তৰ গুৱাহাটীত গৰু গা ধুৱাবলৈ গৈ উটি গ’ল ব্ৰহ্মপুত্ৰত এজন কলেজীয়া ছাত্ৰ…

202
  • উত্তৰ গুৱাহাটীৰ মাজগাঁও ফেৰীঘাটত অঘটন।
  • ব্ৰহ্মপুত্ৰত গৰুক গা ধুৱাবলৈ গৈ উটি গ’ল এজন কলেজীয়া ছাত্ৰ।
  • গুৱাহাটীৰ শংকৰদেৱ একাডেমীৰ প্ৰবাল হাজৰিকা নামৰ ছাত্ৰজনৰ সলিলসমাধিৰ আশংকা।
  • পিতৃ তনুজ হাজৰিকাও উটি গৈছিল যদিও প্ৰত্যক্ষদৰ্শীয়ে পিতৃক উদ্ধাৰ কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি