উত্তৰ গুৱাহাটীৰ ৫টা কণ্টেইনমেণ্ট চেণ্টাৰ কোভিজ-১৯ হস্পাতাললৈ পৰিৱৰ্তন…

ফাইল ফটো
ফাইল ফটো
  • উত্তৰ গুৱাহাটীৰ ৫টা কণ্টেইনমেণ্ট চেণ্টাৰ কোভিজ-১৯ হস্পাতাললৈ পৰিৱৰ্তন
  • চেণ্টাৰ কেইটা IIT গুৱাহাটীৰ নিউ গেষ্ট হাউছ, অল্ড গেষ্ট হাউছ।
  • নিউ হোষ্টেল, কেন্দ্রীয় বিদ্যালয় আৰু দিচাং হোষ্টেলকো কোভিড হস্পাতাললৈ পৰিৱৰ্তন।
  • চাংসাৰি হেভেলচ কোৱাৰেণ্টাইন চেণ্টাৰ COVID হাস্পতাললৈ পৰিৱৰ্তন
  • আমনিগাঁৱৰ এম এছ এম ই হোষ্টেলো কৰা হৈছে COVID হাস্পতাল
  • স্বাস্থ্য বিভাগৰ এক নিৰ্দেশনা যোগে এই কথা প্রকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in