শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

আমেৰিকাত ভাৰতীয় অভিযন্তাক গুলীয়াই হত্যাৰ চেষ্টা ডকাইতৰ

318
  • আমেৰিকা যুক্ত ৰাষ্ট্ৰত ভাৰতীয় অভিযন্তাক গুলীয়াই হত্যাৰ চেষ্টা।
  • ছাই কৃষ্ণ নামৰ ইলেক্ট্ৰ্নিক অভিযন্তাগৰাকীক গুলীয়াই ডকাইতে।
  • যোৱা ৩ জানুৱাৰীত সংঘটিত হয় এই গটনা।
  • ছাই কৃষ্ণ নামৰ অভিযন্তাগৰাকীৰ ঘৰ তেলেংগানাত বুলি জানিব পৰা গৈছে।
  • বৰ্তমান আমেৰিকাত চিকিৎসাধীন হৈ আছে অভিযন্তা কৃষ্ণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি