H-1B বিশেষ ভিছা সম্পৰ্কত আমেৰিকাৰ বিদেশ বিভাগৰ নতুন প্ৰস্তাৱ, ৬ কোটি ভাৰতীয় প্ৰভাৱন্বিত হোৱাৰ সম্ভাৱনা…

H-1B বিশেষ ভিছা সম্পৰ্কত আমেৰিকাৰ বিদেশ বিভাগৰ নতুন প্ৰস্তাৱ, ৬ কোটি ভাৰতীয় প্ৰভাৱন্বিত হোৱাৰ সম্ভাৱনা…

ডিজিটেল ডেস্কঃ আমেৰিকা বিদেশ বিভাগে এইচ-১বি বিশেষ অস্থায়ী বাণিজ্যিক ভিছা জাৰি নকৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। যদি ডনাল্ড ট্ৰাম্পে এই প্ৰস্তাৱটো গ্ৰহণ কৰে, ই শ শ ভাৰতীয়ৰ জীৱনধাৰাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ বিদেশ বিভাগৰ মতে, এই নিয়মে বাৰ্ষিক প্ৰায় ৮০০০ বিদেশী শ্ৰমিকক প্ৰভাৱিত কৰিব।

আমেৰিকাৰ বিদেশ বিভাগে কয় যে, যদি প্ৰস্তাৱটো নাকচ কৰা হয়, তেতিয়া এনে সম্ভাৱনা আৰু আশংকাৰ শেষ হব।ইয়ে  "বি-1এইচ নীতিৰ অধীনত" বিদেশী পেছাদাৰীসকলক দক্ষ শ্ৰমিকৰ বাবে আমেৰিকাত প্ৰৱেশ কৰাৰ এক বিকল্প সুযোগৰ সন্ধান দিব আৰু শ্ৰমিকৰ শ্ৰেণীবিভাজনৰ সৈতে সম্পৰ্কিত নিষেধাজ্ঞা সমূহ দূৰ কৰাত সহায় কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in