বিদায় ভাৰত! দিল্লীৰ পৰা বিশেষ বিমানেৰে আমেৰিকা অভিমুখে ৰাওনা ডোনাল্ড ট্ৰাম্প

বিদায় ভাৰত! দিল্লীৰ পৰা বিশেষ বিমানেৰে আমেৰিকা অভিমুখে ৰাওনা ডোনাল্ড ট্ৰাম্প
  • দুদিনীয়া ভ্ৰমণসূচী সামৰি আমেৰিকাৰ অভিমুখে ৰাওনা হৈছে ডোনাল্ড ট্ৰাম্প।
  • মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজনত অংশ লোৱাৰ পিছতে তেওঁ ৰাওনা হৈছে আমেৰিকাৰ অভিমুখে।
  • দিল্লীৰ পৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প আমেৰিকাৰ অভিমুখে ৰাওনা হৈছে।
  • উল্লেখ্য যে, এই ভ্ৰমণকালত ট্ৰাম্পৰ পৰিয়ালে ভাৰতৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে।
  • সোমবাৰে তেওঁলোক আহি উপস্থিত হৈছিলহি আহমেদাবাদত।
  • তাৰ পিছতে মোটেৰা ষ্টেডিয়ামত নমস্তে ট্ৰাম্প শীৰ্ষক কাৰ্যসূচীত অংশ লৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in