Published on:
Updated on:
- উৰুকাৰ নিশা পৰম্পৰা ৰক্ষাৰ নামত চুড়ান্ত উদ্ভণ্ডালি।
- বান্দৰদেৱাৰ সমীপৰ বৰবালি চমুৱা গাঁৱৰ বিনোদ হাজৰিকা নামৰ ব্যক্তিজনৰ ফাৰ্ম হাউচৰ গুদামত অগ্নিসংযোগ একাংশ দুস্কৃতিকাৰীৰ।
- অগ্নিনিৰ্বাপক বাহিনী আহিহে নিয়ন্ত্ৰণ কৰে জুই।
- ইতিমধ্যে আৰক্ষী থানাত গোচৰ তৰিছে বিনোদ হাজৰিকাই।
- পৰম্পৰা ৰক্ষাৰ নামত কৰা এনে চুড়ান্ত উদ্ভণ্ডালিক সচেতন সমাজে তীব্ৰ ভাষাৰে গৰিহনা দিছে
Code:
Asomiya Pratidin
www.asomiyapratidin.in