শেহতীয়া খবৰ
১৫/২০ দিন পূৰ্বেই হত্যা কৰা গঁড়ৰ মৃতদেহ উদ্ধাৰঃ বুধবাৰেও নিশা কাজিৰঙাত শুনিবলৈ পাইছিল গুলীৰ শব্দ...  •  বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...

উৰুকাৰ পৰম্পৰা ৰক্ষাৰ নামত চুড়ান্ত উদ্ভণ্ডালিঃ ফাৰ্ম হাউচৰ গুদামত অগ্নি সংযোগ…

  • উৰুকাৰ নিশা পৰম্পৰা ৰক্ষাৰ নামত চুড়ান্ত উদ্ভণ্ডালি।
  • বান্দৰদেৱাৰ সমীপৰ বৰবালি চমুৱা গাঁৱৰ বিনোদ হাজৰিকা নামৰ ব্যক্তিজনৰ ফাৰ্ম হাউচৰ গুদামত অগ্নিসংযোগ একাংশ দুস্কৃতিকাৰীৰ।
  • অগ্নিনিৰ্বাপক বাহিনী আহিহে নিয়ন্ত্ৰণ কৰে জুই‌।
  • ইতিমধ্যে আৰক্ষী থানাত গোচৰ তৰিছে বিনোদ হাজৰিকাই।
  • পৰম্পৰা ৰক্ষাৰ নামত কৰা এনে চুড়ান্ত উদ্ভণ্ডালিক সচেতন সমাজে তীব্ৰ ভাষাৰে গৰিহনা দিছে
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি