মাজবাটত আৰক্ষীৰ অভিযানঃ হস্তনিৰ্মিত অস্ত্ৰৰ কাৰখানা উৎখাত…

মাজবাটত আৰক্ষীৰ অভিযানঃ হস্তনিৰ্মিত অস্ত্ৰৰ কাৰখানা উৎখাত…
  • মাজবাটত আৰক্ষীৰ অভিযান
  • অভিযানত হস্তনিৰ্মিত অস্ত্ৰৰ কাৰখানা উৎখাত
  • নিশা প্ৰায় ২ বজাত মাজবাটৰ ধুনশিৰি চাহ বাগিচাৰ ১০ নম্বৰ বস্তিত অভিযান
  • বেঞ্জামিন মুৰ্মু নামৰ লোক এজনৰ বাসগৃহত এই অভিযান
  • অভিযানত উদ্ধাৰ হয় ৩ টা হস্তনিৰ্মিত পিষ্টল, ৩ ডাল লোৰ পাইপ, এটা হাতেৰে চলোৱা বায়ু যন্ত্ৰসহ বহু যন্ত্ৰ
  • লোকজনৰ পাকঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰে সামগ্ৰীসমূহ
  • অভিযানত আৰক্ষীয়ে আটক কৰে বেঞ্জামিন মুৰ্মুক(৩৫)
  • ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in