ওৰাঙত পত্নীৰ আক্ৰমণত প্ৰাণ গ’ল স্বামীৰ…

  • ওৰাঙৰ ৰৌতাৰ হাতীগড়ত সংঘটিত হ'ল নৃশংস ঘটনা।
  • পত্নীৰ আক্ৰমণত প্ৰাণ গল স্বামীৰ।
  • পত্নীয়ে কুঠাৰেৰে চলোৱা আক্ৰমণত থিতাতে নিহত হ'ল স্বামী।
  • নিহত স্বামীৰ নাম সুৰেন দৈমাৰী (২৫)।
  • পাৰিবাৰিক সংঘাতৰ পৰিণতিত পত্নী গান্দুলি দৈমাৰীয়ে সংঘটিত কৰে এই ঘটনা।
  • শুকুৰবাৰে পুৱা ৫ বজাত ৰৌতা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ঘাটক পত্নীয়ে।
  • যোৱা নিশা ১১ মান বজাত সংঘটিত হয় এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in