শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

ইউপিএছচি ইএছই প্ৰাৰম্ভিক পৰীক্ষাৰ সময়সূচীঃ জানিবলৈ পঢ়ক সবিশেষ…

ডিজিটেল ডেস্কঃ ইউপিএছচিৰ ইএছই প্ৰাৰম্ভিক পৰীক্ষাৰ সময়সূচী জাৰি কৰা হৈছে। ১৮ জুলাই, ২০২১ তাৰিখে ইঞ্জিনিয়াৰিং ছাৰ্ভিছ এগজামিনেশ্যন প্ৰিলিমনৰী আয়োজন কৰা হ’ব। যি সকলে এই সময়সূচী লাভ কৰিব বিচাৰে তেওঁলোকে upsc.gov.in. ৱেবছাইটত লাভ কৰিব। এই পৰীক্ষা দুটা পৰ্যায়ত আয়োজন কৰা হ’ব।

প্ৰথমে পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈকে আৰু তাৰপাছত ২ বজাৰ পৰা বিয়লি ৫ বজালৈকে আয়োজন হ’ব এই পৰীক্ষা। প্ৰথম ছিফ্টত জেনেৰেল ষ্টাডিছ এণ্ড ইঞ্জিনিয়াৰিং এপ্টিটিউড প্ৰশ্ন আৰু দ্বিতীয় ছিফ্টত ছিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ আৰু টেলিক’ম ইঞ্জিনিয়াৰিং বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

ইয়াত ক্লিক কৰিলে পাব সময়সূচী

উল্লেখ্য যে, প্রথম ছিফ্টত দুঘন্টা পৰীক্ষা আয়োজন হ’ব আৰু মুঠ নম্বৰ থাকিব ২০০। ইফালে, দ্বিতীয় ছিফ্টত তিনি ঘন্টাৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৩০০ নম্বৰৰ।ইএছই প্ৰিলিমছ পৰীক্ষা পাছ কৰে পৰীক্ষাৰ্থীসকলে ইন্টাৰভিউৰ পাছত মুখ্য পৰীক্ষাত বহিবলৈ সক্ষম হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি