আশা কৰা ধৰণেই বিজয় সাৱ্যস্ত UPPL ৰ মণ্টু বড়োৰ

আশা কৰা ধৰণেই বিজয় সাৱ্যস্ত UPPL ৰ মণ্টু বড়োৰ
  • কোকলাবাৰী উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা।
  • আশা কৰা ধৰণেই বিপুল ভোটত জয় লাভ কৰিলে ইউ পি পি এলৰ প্ৰাৰ্থী মণ্টু বড়োই।
  • ১৬,৩৪৬ টা ভোটৰ ব্যাৱধানত জয় লাভ মণ্টু বড়োৰ।
  • ২২ নং কোকলাবাৰী সমষ্টিৰ পৰা উপ-নিৰ্বাচনক জয় লাভ।
  • মণ্টু বড়োৱে লাভ কৰে ৩২৫৭১ টা ভোট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in