শেহতীয়া খবৰ
শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...  •  চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ...

আই এছ বি টিৰ পৰিৱৰ্তে উজনিমুৱা বাছসমূহ চলিব খানাপাৰাৰ পৰা…

844
  • মহানগৰীত দূৰণিকটীয়া বাছ চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা।
  • নিৰ্বাচনৰ বাবে এই নতুন নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।
  • আই এছ বি টিৰ পৰিৱৰ্তে উজনিমুৱা বাছসমূহ চলিব খানাপাৰাৰ পৰা।
  • ২০ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈকে কাৰ্যকৰী হ’ব এই নতুন নিৰ্দেশনা।
  • নামনিমুৱা বাছসমূহ আদাবাৰী আৰু জালুকবাৰীৰ পৰা চলিব।
  • মণিৰাম দেৱান ট্ৰেড চেন্টাৰত হ’ব নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছত ষ্ট্ৰং ৰূম।
  • তাতেই ৰখা হ’ব ই ভি এম সমূহ।
  • সেয়েহে প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি