আই এছ বি টিৰ পৰিৱৰ্তে উজনিমুৱা বাছসমূহ চলিব খানাপাৰাৰ পৰা…

আই এছ বি টিৰ পৰিৱৰ্তে উজনিমুৱা বাছসমূহ চলিব খানাপাৰাৰ পৰা…
  • মহানগৰীত দূৰণিকটীয়া বাছ চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা।
  • নিৰ্বাচনৰ বাবে এই নতুন নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।
  • আই এছ বি টিৰ পৰিৱৰ্তে উজনিমুৱা বাছসমূহ চলিব খানাপাৰাৰ পৰা।
  • ২০ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈকে কাৰ্যকৰী হ'ব এই নতুন নিৰ্দেশনা।
  • নামনিমুৱা বাছসমূহ আদাবাৰী আৰু জালুকবাৰীৰ পৰা চলিব।
  • মণিৰাম দেৱান ট্ৰেড চেন্টাৰত হ'ব নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছত ষ্ট্ৰং ৰূম।
  • তাতেই ৰখা হ'ব ই ভি এম সমূহ।
  • সেয়েহে প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in