বিশ্ব উশ্বু চেম্পিয়নশ্বিপ-২০১৯ত পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন…

বিশ্ব উশ্বু চেম্পিয়নশ্বিপ-২০১৯ত পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন…
  • বিশ্ব উশ্বু চেম্পিয়নশ্বিপ ২০১৯ত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন।
  • কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে সম্বৰ্ধনা জনাই খেলুৱৈ কেইগৰাকীক।
  • ছাংঘাইত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা প্ৰবীন, ৰূপৰ পদক অৰ্জন কৰা পুনম আৰু ব্ৰঞ্জৰ পদক লাভ কৰা বিক্ৰান্ত বালিয়াক জনোৱা হয় এই সম্বৰ্ধনা।
  • লগতে তেওঁলোকক প্ৰদান কৰা হয় চেক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in