শেহতীয়া খবৰ
টুটু আমাৰ বৰ মৰমৰ আছিল...  •  টুটু আমাৰ বৰ মৰমৰ আছিল...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

বিশ্ব উশ্বু চেম্পিয়নশ্বিপ-২০১৯ত পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন…

256

  • বিশ্ব উশ্বু চেম্পিয়নশ্বিপ ২০১৯ত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন।
  • কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে সম্বৰ্ধনা জনাই খেলুৱৈ কেইগৰাকীক।
  • ছাংঘাইত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা প্ৰবীন, ৰূপৰ পদক অৰ্জন কৰা পুনম আৰু ব্ৰঞ্জৰ পদক লাভ কৰা বিক্ৰান্ত বালিয়াক জনোৱা হয় এই সম্বৰ্ধনা।
  • লগতে তেওঁলোকক প্ৰদান কৰা হয় চেক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি